Assam Bypoll Results 2021

BJP’s Sushanta Borgohain won the Thowra assembly seat by a margin of 30,561 votes. BJP and its ally UPPL (United People’s Party Liberal) is also leading in four other constituencies.

বিজেপিৰ সমৰ্থীত প্ৰাৰ্থী সুসান্ত বৰগোহাঁয়ে থাওৰা সমষ্টিত ৩০৫৬১ টা ভোটৰ ব্যৱধানত জয়ী হৈছে। উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত গোহাঁই ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল।

2 thoughts on “Assam Bypoll Results 2021”

Leave a Comment